ওডালগুৰিত বিলাহী লাও সকলো এনেই যায় ফলত কৃষকৰ মাজত হাহাকাৰৰ সৃস্থি হয় । গোপেশ্বৰ ডেকা নামৰ যুৱক জনে নিজেই কস্থ কৰি স্বাবলম্বি হম বুলি ভাবি থকাৰ মাজতে সমগ্ৰ বিশ্বতে মহামাৰী কৰোনা ভাইৰাছৰ কাৰনে লকডাউনৰ ফলত তেখেতে বিক্ৰি কৰিব নোৱাৰাত এতিয়া দিশহাৰা হৈছে তেখেতে এটাই চৰকাৰক অনুৰোধ তেও যেন কিবাকে নিজৰ কস্থৰ পইচা খিনি পায়
Comments
Post a Comment