BREAKING....
নগাঁৱৰ ৰেংবেংত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। ট্রেলাৰ আৰু মালবাহীৰ টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ। মুখামুখি সংঘৰ্ষত চূৰ্ণ বিচুৰ্ণ মালবাহী টাটা মেজিক। গুৰুতৰ ভাৱে আহত অচিনাক্ত মেজিক চালক। সংকট জনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰিছিল যদিও মৃত্যুক সাৱটি লয় লোকজনে ।নিহত লোক জন মৰিকলং ধেপাজানৰ থানুমনি কলিতা । দুৰ্ঘটনা গ্ৰস্ত মেজিক খনৰ নম্বৰ AS-02-BC-7848। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্রেলাৰ খন পলায়ন কৰিব খোজে যদিও পিছে পিছে খেদি জব্দ কৰে ট্রেলাৰ খন। পলায়ন কৰিব খোজা ট্রেলাৰ খনৰ নং AS-02-DD-4715

Comments
Post a Comment