নুমলীগড় আৰক্ষী চকীত বিজেপি নেতা প্ৰদীপ ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল।
চাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙী আঞ্চলিক সমিতিয়ে এজাহাৰ দাখিল কৰিলে বিতৰ্কিত মন্তব্য কৰা বিজেপি নেতা গৰাকীৰ বিৰুদ্ধে।যি সময়ত ৰাজ্যৰ চৌদিশে জাতি ধ্বংসী বিলৰ সকলোৱে বিৰোধিতা কৰি আহিছে।লগতে অসমৰ চাত্ৰ সমাজো সমান্তৰালকৈ এই বিধেয়ক বাতিলৰ দাবিত উলাই আহিছে।সেই চাত্ৰ সমাজক তথাকথিত বিজেপিৰ নেতা প্ৰদীপ দত্তৰয়ে শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া চাত্ৰ চাত্ৰীক পঢ়াৰ পৰা বঞ্চিত কৰি ৰখাৰ যি ভাবুকি প্ৰদান কৰিছে এই কথাক সকলোৱে একে মূখেৰে গৰিহনা দিছে। আজি সেই ভিত্তিতেই মৰঙী আঞ্চলিকৰ চাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নুমলীগড় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে লগতে চাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰন সম্পাদক পিন্টু গগৈয়ে কয় যে এই বিশ্ববিদ্যালয় খন তেওৰ পৈতৃক সম্পত্তি নহয়,যে যেতিয়াই যি মন যায় তাকে কব পাৰিব আৰু সেই বিতৰ্কিত মন্তব্য কৰা নেতাক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবী জনায়।
নুমলীগড়ৰ পৰা নীল সাগৰৰ ৰিপৰ্ট নিউজ ৩০ অসম

Comments
Post a Comment